নিউজ ডেস্ক-
Related Posts
ৰাজ্যত ০.৩৭ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১১৪ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৬৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৫,৩২৬ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৫৩ জন।।