ক’ভিড আপডেট

ৰাজ্যত হাজাৰৰ ঘৰ অতিক্ৰম কৰিলে কভিড আক্ৰান্তৰ সংখ্যা। ৰাজ্যত ৩.৭৩ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১,২৫৪গৰাকী। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৪৭২ লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ১,৫৯,৬৩২ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৩২৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.