আজি ১৪ ছেপ্টেম্বৰ

হিন্দী দিৱস।

১৩২১ ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টেৰ (সম্পূর্ণ নাম ডান্টে আলিঘিয়েৰি) মৃত্যু।

১৮৪৯ ৰাছিয়াৰ জীৱবিজ্ঞানী আইভান পেট্রোভিচৰ জন্ম। তেওঁ ১৯০৪ চনত চিকিৎসা-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

১৮৯৭ স্বাধীনতা সংগ্ৰামী বাল গংগাধৰ তিলকক ১৮ মাহৰ কাৰাদণ্ড।

১৯৩৯ কেন্দ্রীয় আইন সভাৰ লগত পৰামৰ্শ নকৰাকৈ ভাৰতক প্রথম মহাসমৰত জড়িত কৰাৰ প্ৰতিবাদত কংগ্ৰেছৰ আইন সভা ত্যাগ।

১৯৫৯ ৰাছিয়াৰ সময়মতে নিশা ১২ বাজি ২ মিনিট ২৪ ছেকেণ্ডত ৰাছিয়াৰ পৰা উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযান ‘লুনা-৩’ৰ চন্দ্ৰত অৱতৰণ।

১৯৭১ প্রসিদ্ধ বাংলা লেখক তাৰাশংকৰ বন্দোপাধ্যায়ৰ মৃত্যু। ১৯৯৮ কিৰিবাটি, নাউৰু আৰু টোংগা ৰাষ্ট্ৰসংঘৰ সদস্য। ১৯৯৪ কেন্দ্ৰীয় চৰকাৰৰ নতুন ঔষধ নীতি গ্রহণ।

You might also like
Leave A Reply

Your email address will not be published.