➡️নেতাজী দিৱস।
➡️১৫৬৫ টেলিকোটা যুদ্ধত বিজয়নগৰ ৰাজ্যৰ ৰজা পৰাজিত। বিজয়নগৰ মুছলমান শাসকৰ অধীন।
➡️১৮৯৭ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম।
➡️১৯৭৬ মার্কিন কৃষ্ণাংগ অভিনেতা আৰু গায়ক পল ৰবছনৰ মৃত্যু।
➡️১৯৭৭ জনতা দল গঠন।
➡️১৯৮৯ স্পেইনৰ চিত্ৰকৰ ছালভাদোৰ ডালিৰ মৃত্যু।
➡️২০০০ ক্রীড়াবিদ নীলিময় চৌধুৰীৰ মৃত্যু।
➡️২০০৪ তামিলনাডুৰ শ্ৰীৰংগম চহৰৰ এক বিবাহমণ্ডপত হোৱা ভয়াৱহ অগ্নিকাণ্ডত ৫২জন লোকৰ মৃত্যু।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৩ জানুৱাৰী
Prev Post
Next Post
You might also like