আজি ২৭ অক্টোবৰ

▶️১৭২৮ চনৰ এই দিনটোতেই ইংৰাজ অভিনেত্ৰী জেমছ কুকৰ জন্ম হৈছিল।
▶️১৮১১ চনৰ আজিৰ দিনটোতেই ঘৰুৱা ব্যৱহাৰোপযোগী চিলাই কলৰ নিৰ্মাতা আইজাক মেৰিট ছিংগাৰৰ জন্ম হৈছিল।
▶️১৮৫৮ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ ২৬ সংখ্যক ৰাষ্ট্ৰপতি থিঅ’ডৰ ৰুজভেল্টৰ জন্ম হৈছিল।
▶️১৯০১ চনৰ এই দিনটোতেই লোকগীতৰ যশস্বী শিল্পী আব্বাছউদ্দিন আহমেদৰ কোচবিহাৰৰ বলৰামপুৰ গাঁৱত জন্ম হৈছিল। ‘আল্লা মেঘ দে,পানী দে’ তেওঁৰ এটি অতি জনপ্ৰিয় গীত।
▶️১৯২০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ জন্ম হৈছিল।
▶️১৯৬২ চনৰ এই দিনটোতেই ভাৰতীয় সেনাৰ সাহায্যাৰ্থে ‘ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজি’ প্ৰতিষ্ঠা।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় চলচ্চিত্ৰৰ কিংবদন্তি পৰিচালক ভি শান্তাৰামৰ মৃত্যু।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই ছোভিয়েট ৰাছিয়াৰ অংগ গণৰাজ্য তুৰ্কমেনিস্তানৰ স্বাধীনতা লাভ।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই আততায়ীৰ গুলীত কবি নিত্যা দত্তৰ মৃত্যু।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই অসমৰ প্ৰাক্তন ৰাজ্যপাল লালন প্ৰসাদ সিঙৰ মৃত্যু।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই দক্ষিণ-পশ্চিম এছিয়াৰ দেশ আৰ্মেনিয়াৰ সংসদত গুলীচালনাত দেশখনৰ প্ৰধানমন্ত্ৰী,সংসদৰ অধ্যক্ষসহ আঠগৰাকী নিহত।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই লোকসভাৰ উপাধ্যক্ষ ৰূপে নিৰ্বাচিত হৈছিল পি এম ছয়ীদ।
▶️২০০১ চনৰ আজিৰ দিনটোতেই হিন্দী চলচ্চিত্ৰৰ খ্যাতিসম্পন্ন অভিনেতা প্ৰদীপ কুমাৰৰ ৭৬ বছৰ বয়সত মৃত্যু।’তাজমহল’,’আনাৰকলি’ আদি তেওঁৰ উল্লেখযোগ্য ছবি।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই বাগদাদত বোমা বিস্ফোৰণত ৪০ লোকৰ মৃত্যু।।

You might also like
Leave A Reply

Your email address will not be published.