আজি ২ জানুৱাৰী

১৭৫৭ চনৰ আজিৰ দিনটোতেই ৰবাৰ্ট ক্লাইভৰ কলকাতা দখল।
১৯৩০ চনৰ লাহোৰ অধিৱেশনত কংগ্ৰেছৰ ভাৰতৰ পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন।
১৯৩৮ প্ৰগতিশীল পষেকীয়া অসমীয়া আলোচনী ‘জয়ন্তী’ৰ প্ৰকাশ, সম্পাদকঃ বিহগী কবি ৰঘুনাথ চৌধাৰী।
১৯৩৯ বোম্বাইত (মুম্বাই) সাধাৰণ ধৰ্মঘট,দুইলাখ শ্ৰমিকৰ অংশগ্ৰহণ।
১৯৬৭ অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ মৃত্যু।
১৯৭৩ জেনেৰেল মানেক শ্ব’ ভাৰতৰ ফিল্ড মাৰ্ছেল।
১৯৮৯ সংগ্ৰামী নাট্য়কাৰ, অভিনেতা ছাফদৰহাছমীৰ মৃত্যু।
১৯৯৯ প্ৰবীন কমিউনিষ্ট নেতা বিমলা ফাৰুকিৰ ৭৫ বছৰ ৰয়সত মৃত্যু।
২০০২ সাহিত্যিক নীলিমা দত্তৰ মৃত্যু।
২০০৩ গুৱাহাটী ৰোড কংগ্ৰেছৰ ৬৩ সংখ্যক অধিৱেশন আৰম্ভ।
২০০৬ ব্ৰিটেইনত ৰয়েল মেইল ডাকসেৱাৰ একক স্বত্বৰ অৱসান।

You might also like
Leave A Reply

Your email address will not be published.