ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৭ গৰাকী লোক। আক্ৰান্ত সকলৰ ৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.৬৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৮ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,২১৬ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ১৮ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.০৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৫,৭০৫ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.