নিউজ ডেস্ক:
তিনিচুকীয়াত মহাজাগতিক ৰহস্য। তিনিচুকীয়াৰ ডিমৰুগুৰিত নিশা আকাশৰ পৰা শিল জাতীয় এটা টুকুৰা পৰাৰ বাবে সৃষ্টি হৈছে কৌতুহলৰ । তিনিচুকীয়া নগৰৰ সমীপৱৰ্তী ডিমৰুগুৰি গাঁৱৰ কুকিল গগৈৰ বাসগৃহত ঘৰৰ টিন ফালি পিছফালৰ বাৰান্দাত পৰে শিলজাতীয় টুকুৰাটো। শিলজাতীয় টুকুৰাটো চাবৰ বাবে স্থানীয় লোকৰ মাজত সৃষ্টি হৈছে উৎস্যুকতাৰ । কি সামগ্ৰী পৰীক্ষাৰ অন্তত হে ভেদ হ’ব ৰহস্য।।