১৯৭৫ ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ আৰ্যভট্টক মহাকাশলৈ উতক্ষেপন।
১৯০৬ ৰসায়ন বিজ্ঞানী পীয়েৰ কুৰীৰ এক পথ দুৰ্ঘটনাত মৃত্যু। ১৯৩০ চনত ৰেডিয়াম আৱিষ্কাৰৰ বাবে পীয়েৰ কুৰীয়ে পত্নী মেৰী কুৰীৰ সৈতে যুটীয়াভাৱে পৰ্দাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
১৯১০ খালী চকুৰে প্ৰথমবাৰৰ বাবে হেলীৰ ধূমকেতু দৃষ্টিগোচৰ
১৯৫৫ বাঘ চিকাৰী, লেখক জিম কৰবেটৰ মৃত্যু
১৯৮২ ছোভিয়েট মহাকাশযান ছেলুইট-৭ মহাকাশলৈ উৎক্ষেপণ

Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
২০ এপ্ৰিল
Prev Post
Next Post
You might also like