অচিৰেই বন্ধ হ’ব ২০০০ টকীয়া নোটৰ প্ৰচলন!

২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ ঘোষণা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ

নিউজ ডেস্ক:

চিৰেই বন্ধ হ’ব ২০০০ টকীয়া নোটৰ প্ৰচলন! কেন্দ্ৰীয় চৰকাৰৰ বিমুদ্ৰাকৰণৰ আন এক বিফলতা ৷ ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰাৰ ঘোষণা ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ৷ ২০১৬ চনত বিমুদ্ৰাকৰণৰ পিছত ছপা কৰা হৈছিল ২০০০ টকীয়া নোট। কিন্তু বজাৰত সাধাৰণ জনতাৰ বাবে হাৰাশাস্তিৰ কাৰণ হৈ পৰিছিল এই নোট।যাৰ ফলত লাহে লাহে অঘোষিতভাৱে বন্ধ হৈ পৰিছিল ২০০০ টকীয়া নোটৰ প্ৰচলন ৷ জানিব পৰা মতে অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত সলনি কৰিব লাগিব ২০০০ টকীয়া নোট ৷ এই সময়সীমা বান্ধি দিছে ৰিজাৰ্ভ বেংকে৷।

You might also like
Leave A Reply

Your email address will not be published.