আজি ১০ ফেব্ৰুৱাৰী

▶️১৭৬৩ চনৰ আজিৰ দিনটোতেই সপ্ত বছৰব্যাপী যুদ্ধৰ অৱসান। পেৰিছ চুক্তি স্বাক্ষৰিত।
▶️১৮৩৭ চনৰ এই দিনটোতেই প্ৰখ্যাত ৰুছ সাহিত্যিক আলেকজেণ্ডাৰ পুস্কিনৰ মৃত্যু হৈছিল।
▶️১৮৯০ চনৰ আজিৰ দিনটোতেই ৰাছিয়াৰ সাহিত্যিক বৰিছ পাষ্টেৰনাকৰ জন্ম হৈছিল।
▶️১৮৯৮ চনৰ এই দিনটোতেই জাৰ্মান নাট্যকাৰ বাৰ্টোল্ট ব্ৰেখটৰ জন্ম হৈছিল।
▶️১৯১২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ বিজ্ঞানী যোচেফ লিষ্টাৰৰ মৃত্যু হৈছিল।
▶️১৯২৩ চনৰ এই দিনটোতেই নতুন দিল্লীক ভাৰতৰ ৰাজধানী ৰূপে উদ্বোধন।
▶️১৯৭৯ চনৰ আজিৰ দিনটোতেই অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী ইটানগৰ আনুষ্ঠানিকভাবে মুকলি।
▶️২০০১ চনৰ আজিৰ দিনটোতেই সাংবাদিক, ঔপন্যাসিক নিৰোদ চৌধুৰীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.