আজি ১১ জানুৱাৰী

➡️১৬১৩ চনৰ ১১ জানুৱাৰী তাৰিখে মোগল সম্ৰাট জাহাংগীৰে ইষ্ট ইণ্ডিয়া কোম্পানীক ছুৰাটত কাৰখানা স্থাপনৰ অনুমতি প্ৰদান কৰে।
➡️১৯২৮ চনৰ আজিৰ দিনটোতে ইংৰাজ কবি-সাহিত্যিক টমাছ হাৰ্ডিৰ মৃত্যু হৈছিল।
➡️১৯৫৫ চনৰ এই দিনটোতে মধ্য প্ৰদেশৰ নেপা নগৰত স্থাপিত ভাৰতৰ প্ৰথমটো নিউজ প্ৰিন্ট কাৰখানাত উৎপাদন আৰম্ভ হৈছিল।
➡️১৯৬৬ চনৰ ১১ ডিচেম্বৰ তাৰিখে ৰাছিয়াৰ তাছখণ্ডত লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হৈছিল। এই বছৰতেই তেওঁলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ‘ভাৰতৰত্ন’ সন্মান।
➡️১৯৮২ চনৰ এই দিনটোতে বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাতা শিল্পপতি ব্ৰিজমোহন বিৰলাৰ ৭৬ বছৰ বয়সত মৃত্যু হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে দুই শতাধিক হাতীৰ অংশগ্ৰহণেৰে কাজিৰঙাত হস্তী মহোৎসৱ আৰম্ভ হৈছিল।
➡️২০০৫ চনৰ ১১ ডিচেম্বৰ তাৰিখে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ নিৰ্বাচন আৰম্ভ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.