ক’ভিড আপডেট

নিউজ ডেস্ক—ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ২,১৯৮ গৰাকী লোক। ইয়াৰে ৭৬০ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ২ গৰাকী আক্ৰান্তৰ।পজিটিভিটীৰ হাৰ ৪.৪৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৭.৭১ শতাংশ

আনহাতে দেশত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ১,৬৮,০৬৩ গৰাকী । মৃত্যুমুখত পৰিছে ২৭৭ গৰাকী আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.