আজি ১৭ মাৰ্চ

➡️১৬৬২ চনৰ আজিৰ দিনটোতে মিৰজুমলাৰ অসম আক্ৰমণ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ পৰাজয় আৰু পলায়ন। মিৰজুমলাৰ গড়গাঁও অধিকাৰ।
➡️১৯৫৫ চনত ভাৰতত আই এছ আই (ISI: India Standard Institution) নিয়ন্ত্ৰণ আইন বলৱৎ।
➡️১৯৫৬ চনত ফৰাচী পদাৰ্থবিদ ইৰেন জোলিঅ’ কুৰীৰ মৃত্যু। প্ৰসিদ্ধ ফৰাচী পদাৰ্থবিদ মেৰী কুৰীৰ কন্যা ইৰেনে ১৯৩৫ চনত ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৫৭ ফিলিপাইনৰ ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ মৃত্যু।
➡️১৯৫৯ চনত তিবৃতত চীনৰ বিৰুদ্ধে দালাই লামাৰ নেতৃত্বত এক বিফল বিদ্ৰোহ। ১,০০,০০০ অনুগামীৰে দালাই লামাৰ ভাৰতলৈ পলায়ন।
➡️১৯৮৯ চনত বিশিষ্ট জাতীয়তাবাদী নেতা হেমৱতী নন্দন বহুগুণাৰ মৃত্যু।
➡️১৯৯১ চনত লোকনাথ মিশ্ৰ অসমৰ ৰাজ্যপাল। ১৯৯৭ চনৰ ৩১ আগষ্টলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️২০০০ ভ্ৰাম্যমাণ থিয়েটাৰৰ পিতৃস্বৰূপ অচ্যুত লহকৰক কমল কুমাৰী বঁটা প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.