আজি ২১ ছেপ্টেম্বৰ

▶️খ্ৰীষ্টপূৰ্ব ১৯ৰ আজিৰ দিনটোতেই ৰোমৰ প্ৰসিদ্ধ কবি তথা দাৰ্শনিক ভাৰ্জিলৰ মৃত্যু।
▶️১৩২৭ চনৰ আজিৰ দিনটোতেই ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডক বন্দী আৰু হত্যা।তৃতীয় এডৱাৰ্ডৰ ৰাজপাট দখল।
▶️১৯৭০ চনৰ এই দিনটোতেই ব্ৰিটিছ সৈন্যৰ দক্ষিণ ভাৰতৰ কালিকট দখল।
▶️১৮৩২ চনৰ আজিৰ দিনটোতেই প্ৰসিদ্ধ ইংৰাজ সাহিত্যিক ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যু।
▶️১৮৬০ চনৰ এই দিনটোতেই জাৰ্মান দাৰ্শনিক আৰ্থাৰ স্কোপেনহেয়াৰৰ মৃত্যু।
▶️১৮৬৬ চনৰ আজিৰ দিনটোতেই ইংৰাজ সাহিত্যিক এইচ জি ৱেলছৰ জন্ম হৈছিল।
▶️১৯৪৯ চনৰ এই দিনটোতেই চীনত গণ প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠিত।ছিয়াং কাই শ্বেকৰ সেনা পৰাস্ত।
▶️১৯৫০ চনৰ আজিৰ দিনটোতেই নাছিকত দুদিনীয়াকৈ পুৰুষোত্তম দাস টেণ্ডনৰ সভাপতিত্বত জাতীয় কংগ্ৰেছৰ ৫৬ সংখ্যক অধিবেশন আৰম্ভ হৈছিল।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই বিশিষ্ট শিল্পী,ব্যৱসায়ী ক্ষীৰদাকান্ত বিষয়াৰ পৰলোক।।

 

You might also like
Leave A Reply

Your email address will not be published.