আজি ২৫ ডিচেম্বৰ

▶️আজি পবিত্ৰ বৰদিন।
▶️১৮৬১ চনৰ আজিৰ দিনটোতেই মদন মোহন মালব্যৰ জন্ম হৈছিল।
▶️১৮৭৬ চনৰ এই দিনটোতেই পাকিস্তানৰ জন্মদাতা মহম্মদ আলী জিন্নাৰ জন্ম হৈছিল।
▶️১৯২৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী,ৰাজনীতিবিদ অটল বিহাৰী বাজপেয়ীৰ জন্ম হৈছিল।
▶️১৯৭২ চনৰ এই দিনটোতেই জাতীয়তাবাদী নেতা,প্ৰথম ভাৰতীয় গৱৰ্নৰ জেনেৰেল চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ মৃত্যু হৈছিল।
▶️১৯৭৭ চনৰ এই দিনটোতেই বিশ্ববিশ্ৰুত শিল্পী চাৰ্লি চেপলিনৰ মৃত্যু হৈছিল।
▶️১৯৯১ চনৰ এই দিনটোতেই ছোভিয়েট ৰাছিয়াৰ ছুপ্ৰিম ছোভিয়েট ভংগ হৈছিল। মিখাইল গৰ্বাচেভৰ পদত্যাগ।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জাইল সিঙৰ মৃত্যু হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ বৰুৱাৰ মৃত্যু হৈছিল।
▶️২০০৫ চনৰ এই দিনটোতেই বিশিষ্ট সমাজকৰ্মী,প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.