আজি ২৮ মাৰ্চ

➡️১৬৪৫ চনত সপ্তম শিখ গুৰু হৰগোবিন্দৰ জীৱনাৱসান।
➡️১৮৬২ চনত ফৰাচী ৰাষ্ট্ৰনীতিবিদ এৰিষ্টাইড ব্ৰিয়াণ্ডৰ জন্ম। বিশ্বশান্তি প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ স্বীকৃতি স্বৰূপে তেওঁ  ১৯২৬ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।
➡️১৮৬৮ ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ (প্ৰকৃত নাম এলেক্সি মেক্সিম’ভি পেশ্বকভ) জন্ম।
➡️১৯৮২ চনত মাৰ্কিন বিজ্ঞানী উইলিয়াম ফ্ৰান্সিছ গিয়ায়ুকৰ মৃত্যু।
➡️১৯৪৯ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৮৪ চনত টি এছ মিশ্ৰ অসমৰ ৰাজ্যপাল। সেই বছৰৰে ১৫ এপ্ৰিলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত বিধ্বংসী ভূমিকম্প। শতাধিক লোকৰ মৃত্যু।
➡️২০০৫ চনত টাইৱানত চীনাবিৰোধী লোকৰ অভূতপূৰ্ব সমদল। কেইবা লাখ লোকৰ অংশ অংশগ্ৰহণ।
➡️’ভেট’ৰ বিৰোধিতাত ভাৰত বন্ধৰ আহ্বান।
➡️অমৃতা থাপ্পাৰ ‘মিছ ইণ্ডিয়া’ খিতাপ লাভ।

You might also like
Leave A Reply

Your email address will not be published.