আজি ২ ডিচেম্বৰ

➡️আজি চুকাফা দিৱস।
➡️১৮০৪ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্সৰ একছত্ৰী অধিপতিৰূপে পৰিগণিত।
➡️১৮৮১ আজিৰ দিনটোতে কাৰ্ল মাৰ্ক্সৰ সহধৰ্মিনী জেনী মাৰ্ক্সৰ দেহাৱসান।
➡️১৯১১ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা পঞ্চম জৰ্জ আৰু ৰাণী মেৰীৰ ভাৰতত পদাৰ্পন।
➡️১৯২৪ চনত বোম্বাইত (মুম্বাই) নিৰ্মাণ কৰা হয় ‘গেটৱে অৱ ইণ্ডিয়া’।
➡️১৯৪২ চনত পণ্ডিচেৰীত শ্ৰীঅৰবিন্দ আশ্ৰম স্কুল প্ৰতিষ্ঠা। পিছলৈ ই শ্ৰীঅৰবিন্দ
ইণ্টাৰনেচনেল চেণ্টাৰ অৱ এডুকেচন ৰূপে বিখ্যাত হৈ পৰে।
➡️১৯৬৫ চনত ভাৰতত সীমান্ত সুৰক্ষা বাহিনী (Border Security Force) গঠন।
➡️১৯৮৮ চনত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে বেনজিৰ ভূট্টোৰ শপত গ্ৰহণ।
➡️১৯৮৯ চনত বিশ্বনাথ প্ৰতাপ সিং ভাৰতৰ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ।
➡️১৯৯১ চনত প্ৰখ্যাত বাংলা ঔপন্যাসিক বিমল মিত্ৰৰ দেহাৱসান। ‘চাহেব বিবি গোলাম’ তেওঁৰ প্ৰসিদ্ধ উপন্যাস।
➡️২০০১ চনত ‘সংক্ষিপ্ত অসমীয়া বিশ্বকোষ’ৰ প্ৰথম খণ্ডৰ প্ৰকাশ।

You might also like
Leave A Reply

Your email address will not be published.