আজি ৩ ফেব্ৰুৱাৰী

➡️১৪৬৮ ছপাশালৰ আৱিষ্কাৰক যোহানছ গুটেনবাৰ্গৰ মৃত্যু।
➡️১৯১৬ বেনাৰস হিন্দু বিশ্ববিদ্যালয় মুকলি।
➡️১৯২৪ আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, জাতিসংঘৰ অন্যতম প্ৰতিষ্ঠাতা উড্ৰ উইলছনৰ মৃত্যু।
➡️১৯৭৮ প্ৰথম ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক জি শংকৰ কুৰুপৰ মৃত্যু।
➡️২০০৬ ইজিপ্টৰ যাত্ৰীবাহী জাহাজ ‘অল ছালম’ৰ সলিল সমাধি, প্ৰায় ১,৫০০ লোকৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.