আজি ৪ ফেব্ৰুৱাৰী

➡️নিউজীলেণ্ড দিৱস।
➡️শ্ৰীলংকাৰ স্বাধীনতা দিৱস।
➡️১৬২৮ শ্বাহজাহানৰ নিজকে মোগল সম্ৰাট ৰূপে ঘোষণা।
➡️১৯৪৮ সিংহলৰ (শ্ৰীলংকা) স্বাধীনতা লাভ।
➡️১৯৭৮ জুনিয়াছ জয়ৱৰ্ধনৰ নিজকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰূপে ঘোষণা।
➡️১৯৯০ বাংলা লেখিকা মৈত্ৰেয়ী দেৱীৰ মৃত্য়ু।
➡️কেৰেলাৰ আৰনাকুলামক ভাৰতৰ শতকৰা এশ ভাগেই সাক্ষৰ লোকৰ জিলা ৰূপে ঘোষণা।
➡️১৯৯৯ অসমৰ অগ্ৰণী কৌতুক গোষ্ঠী ‘ছাউণ্ড এণ্ড ইমিটেছন’ৰ ( ভায়ামামা গোষ্ঠী) পাঁচজন সদস্যসহ ছজন লোকৰ শোকাৱহ পথ দুৰ্ঘটনাত মৃত্য়ু।
➡️২০০৪ চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰথম মহিলা মন্ত্ৰী ৰূপম কুৰ্মীৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.