ক’ভিড আপডেট

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ২ গৰাকী গোৱালপাৰা জিলাৰ আৰু ১ গৰাকী যোৰহাট জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.৫২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৫ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ৪,৮৫৮ গৰাকী । পজিটিভিটিৰ হাৰ ২.৭৬ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪৮,০২৭ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.