প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল কাৰ্গিল!

সোমবাৰে পুৱাই এটা প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল লাডাখৰ কাৰ্গিল। ৪.৩ ৰিখটাৰ স্কেলত ভূমিকম্পটো সংঘটিত হয় বুলি সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই। পুৱা প্ৰায় ৯:৩০ বজাত সংঘটিত হোৱা ভূমিকম্পটো মাটিৰ পৰা ১০ কিলোমিটাৰ গভীৰত আৰু ইয়াৰ অভিকেন্দ্ৰ পশ্চিম কাৰগিলৰ পৰা ১৫১ কিলোমিটাৰ উত্তৰ-পশ্চিমত। ভূমিকম্পৰ ফলত এই পৰ্যন্ত কোনো জীৱন তথা সম্পত্তিৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.