ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৫ গৰাকী লোক। আক্ৰান্ত সকলৰ ২ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ, ২ গৰাকী তিনিচুকীয়া জিলাৰ আৰু ১ গৰাকী কোকৰাঝাৰ জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ৬.৩২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৬ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৯৬৮ গৰাকী । পজিটিভিটিৰ হাৰ ০.৯৪ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৪ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৩৪,৫৯৮ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.