কলকাতাৰ এটা আৱাসগৃহত বিধ্বংসী অগ্নিকাণ্ড!

অগ্নিকাণ্ডত আহত হয় কমেও ২২ গৰাকী লোক

নেচনেল ডেস্ক:

বৃহস্পতিবাৰে সন্ধিয়া কলকাতাৰ এটা আৱাসগৃহত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত আহত হয় কমেও ২২ গৰাকী লোক। ঘটনাটো সংঘটিত হয় কলকাতাৰ বিচালী ঘাট অঞ্চলত।

এল পি জি চিলিণ্ডাৰ বিস্ফোৰণৰ বাবেই এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কলকাতা আৰক্ষীৰ।ঘটনাৰ পিছতে আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।।

You might also like
Leave A Reply

Your email address will not be published.