দিল্লীৰ চান্দনী চ’কত বিধ্বংসী অগ্নিকাণ্ড!

নেচনেল ডেস্ক:

দিল্লীৰ চান্দনী চ’কত বিধ্বংসী অগ্নিকাণ্ড। চান্দনী চ’কৰ ভগীৰথ পেলেচ অঞ্চলৰ পাইকাৰী বজাৰত নিশা ৯.১৯ বজাত সংঘটিত এই ভয়াৱহ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভষ্মিভূত হয় ৫০খনতকৈও অধিক দোকান। অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতৰ হোৱাৰ খবৰ অহা নাই। দুপৰ নিশালৈ ২২খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে জুই নিৰ্বাপনৰ প্ৰচেষ্টা চলায়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ প্ৰকৃত কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.