হাৱাইৰ মাউনা ল’য়াত প্ৰচণ্ড ভূমিকম্প!

ইণ্টাৰনেচনেল ডেস্ক:

শুকুৰবাৰে হাৱাইৰ মাউনা ল’য়াত প্ৰচণ্ড ভূমিকম্প। ৰিখটাৰ স্কেল ৫.১ প্ৰাবল্যত সংঘটিত হয় ভূমিকম্পটো। খৱৰটো সদৰি কৰে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে। ভূমিকম্পত তাৎক্ষণিক কোনো ধৰণৰ হতাহতিৰ খবৰ পোৱা হোৱা নাই বুলি জানিবলৈ দিয়ে হাৱাই কাউন্টিৰ মেয়ৰ মিচ ৰথে। দ্বীপটোৰ দক্ষিণ-পূবৰ চহৰ পাহালাৰ ওচৰৰ কাউ ফৰেষ্ট ৰিজাৰ্ভত হোৱা ভূমিকম্পৰ পিছত কমেও ৮টা সৰু সৰু আফটাৰশ্বক সংঘটিত হয়।।

You might also like
Leave A Reply

Your email address will not be published.