২৩ এপ্রিল

বিশ্ব গ্রন্থ আৰু গ্ৰন্থস্বত্ব দিৱস।

➡️১৫০৪ দ্বিতীয় শিখ গুৰু অংগদৰ জন্ম।

➡️১৬১৬ প্রসিদ্ধ ইংৰাজ নাট্যকাৰ আৰু কবি উইলিয়াম শ্বেইক্সপীয়েৰৰ মৃত্যু।

* স্পেইনৰ ঔপন্যাসিক ছাভেদ্রা মিগুৱেল ডি কার্ভেন্টিজৰ মৃত্যু।

➡️১৯১৬ বাল গংগাধৰ তিলকৰ উদ্যোগত মহাৰাষ্ট্ৰত ‘হোমৰুল লীগ’ বা ‘স্বৰাজ লীগ’ গঠন।

➡️১৮৫০ ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ মৃত্যু।

Related Posts

➡️১৮৫৮ জার্মান বিজ্ঞানী মেক্স প্লাংকৰ (সম্পূর্ণ নাম মেক্স কার্ল আর্নেষ্ট লাডবীগ প্লাংক) জন্ম। কোৱান্টামবাদ প্লাংকৰ উল্লেখযোগ্য অৱদান।

➡️১৯৮০ প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধিৰ মৃত্যু।

➡️১৮৫৭ চনৰ পৰা ১৯৬৪ চনলৈ বিষ্ণুৰাম মেধিয়ে তামিলনাডুৰ ৰাজ্যপাল ৰূপে কার্যনির্বাহ কৰিছিল।

➡️১৯৮৪ এইছৰ ভাইৰাছ আবিষ্কাৰ আৰু চিনাক্তকৰণ।

➡️১৯৯২ যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ, মৃত্যু।

➡️২০০৭ ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.