২৪ এপ্রিল

মানৱ একতা দিৱস।

খ্ৰীষ্টপূর্ব ৬২৫ জৈন ধৰ্মৰ প্ৰৱৰ্তক মহাবীৰৰ প্ৰয়াণ।

➡️১৭৩১ ইংৰাজ সাহিত্যিক ডেনিয়েল ডিফোৰ মৃত্যু।

➡️১৯৭২ বিশিষ্ট চিত্রশিল্পী যামিনী ৰায়ৰ মৃত্যু।

➡️১৯৭৩ ভাৰতীয় ক্রিকেট খেলুৱৈ শচীন তেণ্ডুলকাৰৰ জন্ম।

➡️১৯৮৪ গুৱাহাটীলৈ প্ৰথম ব্ৰডগজ ৰে’ল চলাচল আৰম্ভ।

➡️১৯৮৫ অসম গণ পৰিষদৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.