১৬৪৫ চনত সপ্তম শিখ গুৰু হৰগোবিন্দৰ জীৱনাৱসান।
১৮৬২ চনত ফৰাচী ৰাষ্ট্ৰনীতিবিদ এৰিষ্টাইড ব্ৰিয়াণ্ডৰ জন্ম। বিশ্বশান্তি প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালনৰ স্বীকৃতি স্বৰূপে তেওঁ ১৯২৬ চনৰ শান্তিৰ নোবেল বঁটা লাভ কৰে।
১৮৬৮ ৰুছ ঔপন্যাসিক মেক্সিম গৰ্কীৰ (প্ৰকৃত নাম এলেক্সি মেক্সিম’ভি পেশ্বকভ) জন্ম।
১৯৮২ চনত মাৰ্কিন বিজ্ঞানী উইলিয়াম ফ্ৰান্সিছ গিয়ায়ুকৰ মৃত্যু।
১৯৪৯ চনত তেওঁ ৰসায়ন বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
১৯৮৪ চনত টি এছ মিশ্ৰ অসমৰ ৰাজ্যপাল। সেই বছৰৰে ১৫ এপ্ৰিলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।
১৯৯৯ চনৰ আজিৰ দিনটোতে ভাৰতত বিধ্বংসী ভূমিকম্প। শতাধিক লোকৰ মৃত্যু।
২০০৫ চনত টাইৱানত চীনাবিৰোধী লোকৰ অভূতপূৰ্ব সমদল। কেইবা লাখ লোকৰ অংশ অংশগ্ৰহণ।
’ভেট’ৰ বিৰোধিতাত ভাৰত বন্ধৰ আহ্বান।
অমৃতা থাপ্পাৰ ‘মিছ ইণ্ডিয়া’ খিতাপ লাভ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৮ মাৰ্চ
You might also like