নিউজ ডেস্ক-
Related Posts
ৰাজ্যত ০.৫৩ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৭৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৫২ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭,০৮১ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ২৬৪ জন।।