নিউজ ডেস্ক-
Related Posts
ৰাজ্যত ০.২৯ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ১১৩ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ১ জনৰ। গুৱাহাটী মহানগৰীত এদিনতে আক্ৰান্ত হৈছে ৫৪ জন লোক। আনহাতে দেশত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যা হৈছে ৭,৪৯৫ আৰু মৃত্যু হোৱা ৰোগীৰ সংখ্যা হৈছে ৪৩৪ জন।।