এগৰাকী শিল্পীৰ একক প্ৰচেষ্টা

অজিত গগৈ নামৰ এগৰাকী শিল্পীয়ে একক প্ৰচেষ্টাৰে নিজৰ বাসগৃহৰ কাষতে স্থাপন কৰি উলিয়াইছে এটা সংগ্ৰহালয়

ৰাইদে‌উ জিলাৰ অতিকৈ ভিতৰুৱা অঞ্চলৰ অজিত গগৈ নামৰ এগৰাকী শিল্পীয়ে একক প্ৰচেষ্টাৰে নিজৰ বাসগৃহৰ কাষতে স্থাপন কৰি উলিয়াইছে এটা সংগ্ৰহালয়। সংগ্ৰহালয়টোত আছে অসমৰ আপুৰুগীয়া বহু থলুৱা লোকবাদ্য যন্ত্ৰ যি সমুহ কালৰ বুকুত হেৰাই যাব ধৰিছে । তেনে লোকবাদ্য যন্ত্ৰ সমুহ বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰি সংগ্ৰহালয়টো আতক ধুনিয়াকৈ গঢ়ি তুলিছে । সংগ্ৰহালয়টোত অসমৰ বিভিন্ন জনগোষ্ঠীৰ ১০৩ টা লোকবাদ্য যন্ত্ৰ সংগ্ৰহ কৰা লগতে সেই সমুহ পৰিবেশন কৰাৰ লগতে নব প্ৰজন্মক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে অজিত গগৈয়ে ।

You might also like
Leave A Reply

Your email address will not be published.