আজি ৮ এপ্ৰিল

➡️১৮৫৭ চনত চিপাহী বিদ্ৰোহৰ অগ্ৰণী সৈনিক মংগল পাণ্ডেক ব্ৰিটিছ চৰকাৰে ফাঁচি দিয়ে।
➡️১৮৯৪ চনৰ আজিৰ দিনটোতে বাংলা সাহিত্যিক বংকিম চন্দ্ৰ চট্টোপাধ্যায়ৰ মৃ্ত্যু হয়।
➡️১৯২৯ চনত স্বাধীনতা সংগ্ৰামী ভগৎ সিঙৰ দিল্লীৰ চেন্ট্ৰেল এছেমব্লী ভৱনলৈ বোমা নিক্ষেপ আৰু স্বাধীনতাৰ প্ৰচাৰ-পত্ৰ বিতৰণ। ধৰা পৰাৰ আগতে তেৱেঁই ভাৰতত ‘ইনকিলাব জিন্দাবাদ’ আৰু ‘সাম্ৰাজ্যবাদ নিপাত যাওক’ ধ্বনি দিয়া প্ৰথমজন ব্যক্তি।
➡️১৯৭৩ চনত বিখ্যাত চিত্ৰশিল্পী পাবলো পিকাছোৰ মৃত্যু হয়।
➡️১৯৯৭ চনত কবি, শিশু সাহিত্যিক ভৱানন্দ ৰাজখোৱাৰ মৃত্যু হয়।
➡️২০০৪ চনত আকাশবাণীৰ বাতৰি পঢ়োঁতা, ঘোষক, অভিনেতা নীৰেন বৰুৱাৰ মৃত্যু হয়।

You might also like
Leave A Reply

Your email address will not be published.