Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Business
বোকাজানত মাৰনাস্ত্ৰ সহ পুনৰ জালত ৩
বোকাজানৰ লাহৰিজানত পুনৰ মাৰনাস্ত্ৰ সহ ৩ লোকক গ্ৰেপ্তাৰ।লাহৰিজানৰ ডুডু কলনী অঞ্চলত আৰক্ষীৰ এই অভিযান।অভিযানত উদ্ধাৰ এটা পইন্ট 22 mm পিষ্টল,!-->…
Read More...
Read More...
আজি ১৪ নৱেম্বৰ
➡ আজি শিশু দিৱস।
➡ ১৭১৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লিবনিৎজৰ মৃত্যু হৈছিল। কলন গণিত বা কেলকুলাছৰ উদ্ভাৱক ৰূপে তেওঁৰ!-->!-->!-->…
Read More...
Read More...
আজি ১৩ নৱেম্বৰ
➡ ১৭৮০ চনৰ আজিৰ দিনটোতে ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিত সিংহৰ জন্ম হৈছিল।
➡ ১৮৩১ চনৰ ১৩ নৱেম্বৰত স্কটলেণ্ডৰ পদাৰ্থ-বিজ্ঞানী জেমছ ক্লাৰ্ক!-->!-->!-->…
Read More...
Read More...
ডিব্ৰুগড়ত বিধ্বংসী অগ্নিকাণ্ড
ডিব্ৰুগড়ৰ নিউ মাৰ্কেটত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত লাখ লাখ টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হয়। জানিব পৰা মতে, অগ্নিকাণ্ডত পাঁচখন দোকান!-->…
Read More...
Read More...
আজি ১২ নৱেম্বৰ
➡ ১৮৪২ চনৰ আজিৰ দিনটোতে ইংৰাজ পদাৰ্থ-বিজ্ঞানী লৰ্ড ৰেলীৰ জন্ম হৈছিল। ১৯০৪ চনত তেওঁ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
➡ ১৮৯৬ চনৰ ১২!-->!-->!-->…
Read More...
Read More...
পাবজি প্ৰেমীৰ বাবে সুখবৰ!
সমগ্ৰ ভাৰতৰ লাখ লাখ পাবজি অনুৰাগীৰ বাবে উল্লাসিত কৰা এটি খৱৰ। দক্ষিণ কোৰিয়াৰ গেম ডেভেলপাৰ ক্ৰাফ্টনে বৃহস্পতিবাৰে ভাৰতকে ধৰি ২০০ খনতকৈও!-->…
Read More...
Read More...
ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি!
ডিচেম্বৰত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন! জানিব পৰা মতে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ডিচেম্বৰৰ প্ৰথম সপ্তাহত ভাৰত ভ্ৰমণ!-->…
Read More...
Read More...
আজি ১১ নৱেম্বৰ
➡ ১৮২১ চনৰ আজিৰ দিনটোতে ৰাছিয়াৰ সাহিত্যিক ডষ্টয়েভস্কিৰ জন্ম হৈছিল।
➡ ১৮৬৬ চনৰ ১১ নৱেম্বৰত কেশৱ সেনৰ নেতৃত্বত কলকাতাত আদি ব্ৰহ্ম সমাজ!-->!-->!-->…
Read More...
Read More...
বোকাজানত মাৰনাস্ত্ৰ সহ এজনক আটক
বোকাজানত মাৰনাস্ত্ৰ সহ এজনক গ্ৰেপ্তাৰ।ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত ডেনগাঁও মাৰ্কেটত আৰক্ষীৰ এই অভিযান।এটা পইন্ট 303 ৰাইফলৰ লগতে ৩ ৰাউণ্ড!-->…
Read More...
Read More...
আজি ১০ নৱেম্বৰ
➡ ১৪৮৩ চনৰ আজিৰ দিনটোতে সংস্কাৰবাদী আন্দোলনৰ নেতা, ধৰ্মীয় সংস্কাৰক মাৰ্টিন লুথাৰৰ জন্ম হৈছিল।
➡ ১৬৯৭ চনৰ ১০ নৱেম্বৰত ইংৰাজী চিত্ৰশিল্পী!-->!-->!-->…
Read More...
Read More...