Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
News
আজি ৫ ছেপ্টেম্বৰ
➡️ আজি শিক্ষক দিৱস।
➡️ ১৬১২ চনৰ আজিৰ দিনটোতে চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নৌ-বাহিনী গঠন কৰিছিল ।
➡️ ১৮২৭ চনৰ ৫!-->!-->!-->!-->!-->…
Read More...
Read More...
এইবাৰ আৰক্ষীৰ গুলীত আহত নন্দিতা হত্যাকাৰী
এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শৰ্মাৰ। আজি বিয়লি ধেমাজি!-->…
Read More...
Read More...
কি আছে কাৰ্বি শান্তি চুক্তিত?
আজি নতুন দিল্লীত কাৰ্বি আংলঙৰ ৬ বিদ্ৰোহী সংগঠন আৰু কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ মাজত শান্তি চুক্তি সম্পন্ন হয়। এই শান্তি চুক্তি মতে কাৰ্বি আংলঙে!-->…
Read More...
Read More...
দিল্লীত কাৰ্বি পাহাৰৰ ঐতিহাসিক শান্তি চুক্তি
কাৰ্বি পাহাৰৰ শান্তি প্ৰক্ৰিয়াত আশাৰ পৰিৱেশ
কাৰ্বি শান্তি চুক্তিৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ত কাৰ্বি নেতৃত্ব
নৰ্থ ব্লকত থকা!-->!-->!-->!-->!-->…
Read More...
Read More...
ভাৰতলৈ চতুৰ্থটো স্বৰ্ণ আনিলে প্ৰমোদে
টকিঅ' পেৰালিম্পিকত ভাৰতলৈ আহিল চতুৰ্থটো স্বৰ্ণ। বেডমিণ্টনৰ পুৰুষ চিংগলছত প্ৰমোদ ভগতৰ স্বৰ্ণ জয়।ফাইনেলত গ্ৰেট ব্ৰিটেইনৰ ডেনিয়েল বেথেলক!-->…
Read More...
Read More...
পেৰালিম্পিকত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়
চলিত টকিঅ' পেৰালিম্পিকত ভাৰতলৈ তৃতীয়টো স্বৰ্ণ। ৫০ মিটাৰ ৰাইফল শ্বুটিঙত স্বৰ্ণ জয় মণিষ নৰৱালৰ। ইফালে শ্বুটাৰ অৱনী লেখাৰাৰ পাছত চলিত!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৬১ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৫৬৪ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৬ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ৪ ছেপ্টেম্বৰ
➡️ ১৮২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্ৰতিষ্ঠাতা দাদা ভাই নৌৰজীৰ জন্ম হৈছিল ।!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত হ্ৰাস পাইছে ক'ভিড আক্ৰান্তৰ হাৰ। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত ৫৫৪ গৰাকী। ক'ভিডত আক্ৰান্ত হৈ মৃত্যু ৬ গৰাকীৰ। মুঠ!-->!-->!-->…
Read More...
Read More...
আজি ৩ ছেপ্টেম্বৰ
➡️ আজি অভিৰুচি ক্ৰীড়া দিৱস।
➡️ ১৭৮৩ চনৰ ৩ ছেপ্তেম্বৰত পেৰিছত গ্ৰেট ব্ৰিটেইন আৰু আমেৰিকাৰ মাজত এক শান্তি চুক্তি স্বাক্ষৰিত হৈছিল। ইতিহাসত!-->!-->!-->…
Read More...
Read More...