আজি ১৭ মে’

আন্তর্জাতিক সমাজ দিৱস।

নৰৱেৰ সংবিধান দিৱস।

বিশ্ব দূৰসংযোগ দিৱস।

➡️১৪৯৮ উত্তমাশা অন্তৰীপেদি পর্তুগীজ নাৱিক ভাস্কো ডা- গামাৰ ভাৰতত প্ৰৱেশ। ১৪৯৭ চনৰ ১ জুলাইত তেওঁচাৰিখন জাহাজ আৰু ১৭০জন সহযাত্ৰীৰে লিছবনৰ পৰা যাত্রা কৰিছিল।

➡️১৫৪০ কনৌজৰ যুদ্ধত শ্বেৰ শ্বাহৰ হাতত হুমায়ুন পৰাজিত। শ্বেৰ শ্বাহৰ দিল্লী-পঞ্জাব অধিকাৰ।

➡️১৭৪৯ ইংৰাজ চিকিৎসক, বসন্ত ৰোগৰ প্ৰতিষেধক ছিটাৰ আৱিষ্কাৰক এডোৱাৰ্ড জেনাৰৰ জন্ম। ১৮১৪ নৰৱেৰ স্বাধীনতা ঘোষণা।

➡️১৮৫৭ দ্বিতীয় বাহাদুৰ শ্বাহ ভাৰতৰ মোগল সম্রাট।

➡️১৮৯৬ ‘হেমকোষ’ৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ মৃত্যু। ১৯০০ ইৰানৰ ধৰ্মগুৰু আয়াতুল্লা খোমেইনীৰ জন্ম।

➡️১৯৯৬ আততায়ীৰ গুলীত সাংবাদিক পৰাগ কুমাৰ দাসৰ মৃত্যু।

➡️১৯৯৯ ভাৰতীয় বংশোদ্ভৱ মহেন্দ্ৰ চৌধুৰী ফিজিৰ প্ৰধান মন্ত্রী।

➡️২০০১ এ কে এন্টনী কেৰালাৰ মুখ্য মন্ত্ৰী।

➡️২০০৪ ভাৰতত নতুন চৰকাৰ গঠনৰ সন্দৰ্ভত আলোচনাৰ বাবে ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ কংগ্ৰেছ সভানেত্রী ছোনিয়া গান্ধীক আমন্ত্রণ।

➡️চতুর্দশ লোকসভা গঠনৰ বাবে নির্বাচন আয়োগৰ অধিসূচনা জাৰি।

➡️২০০৭ প্রধান মন্ত্রী মনমোহন সিং বিনা প্রতিদ্বন্দ্বিতাৰে অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ ৰূপে নির্বাচিত।

You might also like
Leave A Reply

Your email address will not be published.