আজি ৩ অক্টোবৰ

আজি ৩ অক্টোবৰ

➡️বিশ্ব আবাস দিৱস।
➡️১৮৬৭ চিলাই কলৰ আৱিষ্কাৰক ইলিয়াছ হাউৰ মৃত্যু।
➡️১৯৩৫ গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্রতিমা পাণ্ডেৰ জন্ম।
➡️১৯৪৫ বিশ্ব ট্রেড ইউনিয়ন ফেডাৰেচন প্রতিষ্ঠিত।
➡️১৯৫৮ ইংলেণ্ডৰ প্ৰথম পাৰমাণৱিক বোমাৰ পৰীক্ষণ।
➡️১৯৭৭ দুর্নীতিৰ অভিযোগত প্রাক্তন প্রধান মন্ত্রী ইন্দিৰা গান্ধীক গ্ৰেপ্তাৰ।
➡️১৯৭৮ ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো টেষ্টটিউব বেবীৰ জন্ম। এই তথ্য অৱশ্যে আনুষ্ঠানিকভাৱে স্বীকৃত নহয়।
➡️১৯৮৯ প্রখ্যাত সৰোদবাদক বাহাদুৰ খানৰ মৃত্যু।
➡️১৯৯১ দক্ষিণ আফ্ৰিকাৰ বিশিষ্ট লেখিকা নাদিন গাৰ্দিমাৰলৈ সাহিত্যৰ নোবেল বঁটা।

You might also like
Leave A Reply

Your email address will not be published.