আজি ৭ অক্টোবৰ

আজি ৭ অক্টোবৰ

➡️১৭০৮ শিখ গুৰু গোবিন্দ সিঙৰ মৃত্যু।
➡️১৮৪৯ মার্কিন গল্পকাৰ, কবি আৰু সমালোচক এডগাৰ এলেন পোৰ মৃত্যু।
➡️১৮৫৫ ডেনমাৰ্কৰ পদাৰ্থ-বিজ্ঞানী নীল ব’ৰৰ জন্ম।
➡️১৯১৯ মহাত্মা গান্ধীৰ প্ৰসিদ্ধ ‘নৱজীৱন’ পত্ৰিকাৰ প্ৰকাশ।
➡️১৯৪৯ জার্মানীত গণতান্ত্রিক শাসন প্রতিষ্ঠা।
➡️১৯৫০ কলকাতাত মাদাৰ টেৰেছাৰ ‘মিছনেৰিজ অব্ চেৰিটী’ স্থাপন।
➡️১৯৯২ ভাৰতত ‘ৰেপিড এক্সন ফ’ৰ্ট’ গঠন।
➡️১৯৯৫ গুজৰাটৰ কেশুভাই পেটেল মন্ত্রীসভা আস্থা ভোটত জয়ী।
➡️১৯৯৬ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ তৃতীয় তথা শেষ পৰ্যায়ৰ ভোট গ্রহণ সম্পন্ন।
➡️১৯৭৮ বেংককত এছিয়ান গেছ আৰম্ভ।
➡️২০০৪ গোৱালপাৰাৰ কৃষ্ণাই-বলবলাত হোৱা এক ধুমুহা আৰু বানত শতাধিক লোক হতাহত, বহু লোক সন্ধানহীন।
➡️১৯৯০ ভাৰতৰ প্ৰথমখন তৈলবাহী জাহাজ ‘মতিলাল নেহৰু’ উদ্বোধন।

You might also like
Leave A Reply

Your email address will not be published.