আজি ২৪ ডিচেম্বৰ

➡️১৫২৪ ভাৰতৰ কোচিনত ভাস্কো ডা-গামাৰ মৃত্যু।
➡️১৮১৮ ইংৰাজ পদার্থবিধ জেম্‌ছ প্ৰেছকট জুলৰ জন্ম।
➡️১৯০৬ আমেৰিকাত ৰেডিঅ’যোগে প্রথম অনুষ্ঠান প্ৰচাৰ আৰম্ভ।
➡️১৯২৪ ভাৰতীয় কণ্ঠশিল্পী মহম্মদ ৰফিৰ জন্ম।
➡️১৯৪৬ এন্দু গৌৰলে ক্লল দ্বিতীয়বাৰলৈ অসমৰ ৰাজ্যপাল। ১৯৪৭ চনৰ ২৩ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৭৭ কবি নলিনীবালা দেৱীৰ মৃত্যু।
➡️১৯৮৫ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত হাজাৰ হাজাৰ লোকৰ সন্মুখত প্রফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত অগপৰ শপত গ্রহণ। প্রফুল্ল কুমাৰ মহন্ত অসমৰ মুখ্যমন্ত্রী। ১৯৯০ চনৰ ২৭ নৱেম্বৰলৈকে তেওঁ মুখ্যমন্ত্রী ৰূপে কার্যনির্বাহ কৰে।
➡️২০০০ বিশ্বনাথন আনন্দৰ বিশ্ব দবা চেম্পিয়নশ্বিপ অর্জন।
➡️২০০১ অসমৰ খনিন শইকীয়াৰ ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপ ক্রিকেটত স্থান লাভ।

You might also like
Leave A Reply

Your email address will not be published.