আজি ৩০ নৱেম্বৰ

➡️১৬৬৭ ইংৰাজ ব্যংগ লেখক জনাথন ছুইফটৰ জন্ম।
➡️১৮৫৮ ভাৰতীয় উদ্ভিদ-বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ জন্ম।
➡️১৮৭৪ ব্ৰিটিছ প্ৰধানমন্ত্ৰী, ৰাজনীতিবিদ ছাৰ উইনষ্টন চাৰ্চিলৰ ( সম্পূৰ্ণ নাম উইনষ্টন লিঅ’নাৰ্ড স্পেন্সাৰ চাৰ্চিল) জন্ম।
➡️১৯৬৬ বাৰবাডোজৰ স্বাধীনতা লাভ।
➡️১৯৬৮ সাহিত্যিক জ্ঞাননাথ বৰাৰ মৃত্যু।
➡️১৯৮৯ অটল বিহাৰী বাজপেয়ী বিজেপি সংসদীয় দলৰ নেতা নিৰ্বাচিত।
➡️১৯৮৯ ১৯৩খন আসন লাভ কৰি কংগ্ৰেছ লোকসভাৰ একক বৃহত্তম দল ৰূপে পৰিগণিত।
➡️১৯৯০ এড্মিৰেল লক্ষ্মীনাৰায়ণ ৰামদাস ভাৰতীয় নৌ সেনাধ্যক্ষ।
➡️১৯৯৩ চনৰ ৩০ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৯৭ ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণক সাক্ষাৎ কৰি বিজেপি আৰু সহযোগী দলবোৰৰ চৰকাৰ গঠনৰ দাবী।
➡️১৯৯৮ সংসদৰ শীতকালীন অধিৱেশন আৰম্ভ।
➡️২০০০ ভাৰতৰ প্ৰিয়ংকা চোপ্ৰাৰ মিছ ৱৰ্ল্ড খিতাপ অৰ্জন। ২০০১ চনত তামিল ছবি ‘থামিজহান’ৰ জৰিয়তে ছবিজগতত প্ৰৱেশ। বৰ্তমান ভাৰতৰ অন্যতম জনপ্ৰিয় অভিনেত্ৰী।
➡️২০০৩ কংগোত শোকাৱহ বিমান দুৰ্ঘটনা, ২২ জন যাত্ৰী নিহত।

You might also like
Leave A Reply

Your email address will not be published.