আজি ৭ জানুৱাৰী

▶️১৭৮৫ বেলুনত উঠি ফৰাচী বিজ্ঞানীৰ ইংলিছ চেনেল অতিক্ৰম।
▶️১৮৫৯ চিপাহী বিদ্ৰোহৰ লগত জড়িত থকাৰ অভিযোগত মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহৰ বিচাৰ আৰম্ভ।
▶️১৯৮৯ জাপানৰ ৰজা হিৰোহিটোৰ ৮৯ বছৰ বয়সত মৃত্যু।
▶️২০০৩ ভূটান সীমান্তত ভাৰতীয় সেনা আৰু এন ডি এফ বিৰ মাজত প্ৰায় ৬০ ঘন্টা ধৰি সংঘৰ্ষ।
▶️২০০৫ তামিলনাডুৰ একেটা পৰিয়ালৰে আঠজন লোকৰ আত্মহনন।
▶️কোকৰাঝাৰত ৪০,০০০ আটছা সদস্যৰ পথ অৱৰোধ, ওৰাঙত বাছ ভস্মীভূত।
▶️ন্যায়ধীশ বাসৱন মিশ্ৰৰ গুৱাহাটী উচ্চ ন্যায়লয়ৰ ন্যায়ধীশ ৰূপে শপত গ্ৰহণ।
▶️মংগল গ্ৰহলৈ মানৱবাহী যান প্ৰেৰণৰ ঘোষণা আমেৰিকাৰ।
▶️নেলছন মাণ্ডেলাৰ একমাত্ৰ জীৱিত পুত্ৰৰ এইডছ ৰোগত মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.