ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ২ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ আৰু ১ গৰাকী নলবাৰী জিলাৰ । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ২.১৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,৩২৬ গৰাকী । পজিটিভিটিৰ হাৰ ১.৫৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৮ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১৭,৯১২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.