আজি ১৩ মাৰ্চ

➡️১৭৩৩ চনত ইংৰাজ ৰাসায়নবিদ যোছেফ প্ৰিষ্টলীৰ জন্ম।
➡️১৯৫৫ চনৰ আজিৰ দিনটোতে প্লুটো গ্ৰহৰ অৱস্থিতিৰ সম্ভেদ দিয়া মাৰ্কিন জ্যোতিবিজ্ঞানী পাৰ্চিভেল ল’ৱেলৰ জন্ম।
➡️১৯৩০ চনত সৌৰজগতৰ গ্ৰহ প্লুটোৰ আৱিষ্কাৰ। ২০০৬ চনৰ ২৪ আগষ্টৰ পৰা প্লুটোক পূৰ্ণ গ্ৰহ নহয়, বামন গ্ৰহৰূপেহে স্বীকৃতি দিয়া হয়।
➡️১৯৬৩ চনত প্ৰথমবাৰৰ বাবে অৰ্জুন বঁটা ঘোষণা। প্ৰথম বছৰৰ বঁটা ১৯৬২ চনত ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্ট পাৰদৰ্শিতা প্ৰদৰ্শন কৰাসকললৈ প্ৰদান কৰা হয়।
➡️১৯৭৫ চনৰ ১৩ মাৰ্চ তাৰিখে যুগোশ্লাভিয়াৰ প্ৰখ্যাত সাহিত্যিক ইভো এণ্ড্ৰিকৰ মৃত্যু। তেওঁ ১৯৬১ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯১ চনৰ আজিৰ দিনটোতে নৱম লোকসভা ভংগ।
➡️১৯৯৯ চনৰ বিশ্বৰ জনপ্ৰিয় কমিক ষ্ট্ৰিপ ‘ফেন্টম’ আৰু ‘মেনড্ৰেক’ৰ স্ৰষ্টা লি ফকৰ মৃত্যু।
➡️২০০১ অস্ত্ৰ ক্ৰয় কেলেংকাৰিত জড়িত থকাৰ অভিযোগত বিজেপিৰ সভাপতি পদৰ পৰা বাংগাৰু লক্ষ্মণৰ পদত্যাগ।
➡️২০০৪ চনৰ নিৰুপমা বৰগোহাঞিক অসম উপত্যকা বঁটা প্ৰদান।

You might also like
Leave A Reply

Your email address will not be published.