আজি ১৪ মাৰ্চ

➡️১৮৭৯ চনত বিশ্ববিশ্ৰুত জাৰ্মান পদাৰ্থবিদ আৰু গণিতজ্ঞ এলবাৰ্ট আইনষ্টাইনৰ জন্ম।
➡️১৮৮৩ চনত আধুনিক বৈজ্ঞানিক সমাজবাদৰ মুল প্ৰবক্তা তথা কমিউনিষ্ট নেতা কাৰ্ল মাৰ্ক্সৰ মৃত্যু।
➡️১৯৩১ চনত ভাৰতৰ প্ৰথম সবাক চলচ্চিত্ৰ ‘আলম আৰা’ৰ মুক্তি।
➡️১৯৬২ চনত পৰ্টুগীজ চৰকাৰৰ কবলৰ পৰা গোৱা মুক্ত আৰু কেন্দ্ৰীয়শাসিত অঞ্চল ৰূপে ভাৰতৰ লগত অন্তৰ্ভুক্ত।
➡️১৯৯২ চনত তুৰস্কত হোৱা প্ৰবল ভূমিকম্পত ১,০০০ লোকৰ মৃত্যু।
➡️আজিৰ দিনটোতে ৰাছিয়াৰ প্ৰসিদ্ধ সংবাদপত্ৰ ‘প্ৰাভদা’ৰ প্ৰকাশ বন্ধ।
➡️২০০৪ চনত ভ্লাদিমিৰ পুটিন পুনৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত।

You might also like
Leave A Reply

Your email address will not be published.