আজি ২৬ ফেব্ৰুৱাৰী

▶️১৮৫৭ চনৰ আজিৰ দিনটোতেই ভাৰতত চিপাহী বিদ্ৰোহৰ ইংগিত। বংগত এই বিদ্ৰোহৰ সম্ভাৱনাৰ সূচনা।
▶️১৮৫৮ চনৰ এই দিনটোতেই স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী।
▶️১৯৬৬ চনৰ আজিৰ দিনটোতেই স্বাধীনতা সংগ্ৰামী,সমাজসেৱক বিনায়ক দামোদৰ ছাভাৰকাৰৰ মৃত্যু হৈছিল।
▶️১৯৮১ চনৰ আজিৰ দিনটোতেই বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মৃত্যু হৈছিল।
▶️১৯৮৩ চনৰ আজিৰ দিনটোতেই সাহিত্যিক, জীৱনীকাৰ নন্দ তালুকদাৰৰ মৃত্যু হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই ক্ৰিকেট কিংবদন্তি ছাৰ ডন ব্ৰেডমেনৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.