আজি ২৯ ফেব্ৰুৱাৰী

➡️অধিবৰ্ষ বা লীপ ইয়েৰৰ বাবে বৰ্ধিত দিন।
➡️১৮৯৬ স্বাধীন ভাৰতৰ চতুৰ্থ প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইৰ জন্ম।
➡️১৯৫৬ পাকিস্তানৰ সংবিধান গৃহীত, দেশখন ইছলামিক গণতন্ত্ৰ ৰূপে ঘোষণা।
➡️১৯২০ হাংগেৰীত পুনৰ ৰাজতন্ত্ৰ প্ৰতিষ্ঠা।
➡️২০০০ এদিনতে ইণ্ডিয়ান এয়াৰ লাইনছৰ ৮০০ কৰ্মচাৰীৰ অৱসৰ।
➡️যশৱন্ত সিংহৰ কেন্দ্ৰীয় বাজেট উত্থাপন।
➡️২০০৪ লোকসভা নিৰ্বাচনৰ দিন ঘোষণা।
➡️৭৬ তম অস্কাৰ বঁটা ঘোষণা, ‘দি লৰ্ড অব্ দা ৰিংছঃ দি ৰিটাৰ্ন অব্ দা কিংছ’ লৈ ৰেকৰ্ড সংখ্য়ক ১১ টা অস্কাৰ। ইয়াৰ আগতে ‘বেনহুৰ’ (১৯৬০) আৰু ‘টাইটানিক’- এ (১৯৯৮) ১১ টা অস্কাৰ লাভ কৰিছিল।
➡️২০০৮ কথা সাহিত্য়িক শীলভদ্ৰৰ মৃত্য়ু।

You might also like
Leave A Reply

Your email address will not be published.