আজি ৪ ফেব্ৰুৱাৰী

▶️আজি নিউজিলেণ্ড দিৱস।
▶️আজি শ্ৰীলংকাৰ স্বাধীনতা দিৱস।
▶️১৬২৮ চনৰ এই দিনটোতেই শ্বাহজাহানৰ নিজকে মোগল সম্ৰাট ৰূপে ঘোষণা।
▶️১৯৪৮ চনৰ আজিৰ দিনটোতেই সিংহল(শ্ৰীলংকা)ৰ স্বাধীনতা লাভ।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই জুনিয়াছ জয়বৰ্ধনৰ নিজকে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰূপে ঘোষণা।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই বাংলা লেখিকা মৈত্ৰেয়ী দেৱীৰ মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই কেৰেলাৰ আৰনাকুলামক ভাৰতৰ শতকৰা এশ ভাগেই সাক্ষৰ লোকৰ জিলা ৰূপে ঘোষণা।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই অসমৰ অগ্ৰনী কৌতুক গোষ্ঠী ‘ছাউণ্ড এণ্ড ইমিটেছন’ৰ (ভায়ামামা গোষ্ঠী) পাঁচজন সদস্যসহ ছজন লোকৰ শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই চাহ জনজাতি সম্প্ৰদায়ৰ প্ৰথম মহিলা মন্ত্ৰী ৰূপম কুৰ্মীৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.