আফগান তালিবানৰ ভাৰতৰ বাজেটক আদৰণি!

ইণ্টাৰনেচনেল ডেস্ক:

আফগান তালিবান চৰকাৰে ভাৰতৰ বাজেটক আদৰণি জনাইছে। বাজেটত বিত্তমন্ত্ৰীয়ে আফগানিস্তানৰ বাবে ২৫ মিলিয়ন ডলাৰৰ উন্নয়ন সাহায্য পেকেজৰ প্ৰস্তাৱ দিয়াৰ পিছতে ভাৰতৰ বাজেটক আদৰণি জনায় তালিবানে । আফগানিস্তানৰ উন্নয়নৰ বাবে ভাৰতৰ সমৰ্থনৰ শলাগ লোৱাৰ লগতে তালিবানী নেতা ছুহেইল শ্বাহিনে উন্নয়নৰ সাহায্য পেকেজৰ প্ৰস্তাৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক আৰু বিশ্বাস উন্নত কৰাত সহায় কৰিব বুলিও মন্তব্য কৰে।।

You might also like
Leave A Reply

Your email address will not be published.