আজি ৮ মে’

➡️আজি ৰেডক্ৰছ দিৱস।
➡️১৭৯৪ চনত ফৰাচী বিজ্ঞানী এন্টোইন লৰেন্ট লেভয়ছিয়াৰৰ মৃত্যু হয।
➡️১৮২৮ চনত ৰেড ক্ৰছৰ জন্মদাতা হেনৰী ডুনান্টৰ জেনেভাত জন্ম।
➡️১৯৪৫ চনত মিত্ৰশক্ৰিৰ ওচৰত জাৰ্মানীৰ আত্মসমৰ্পণ।
➡️১৯৭৪ চনত ৰে’ল শ্ৰমিকৰ ঐতিহাসিক ধৰ্মঘট আৰম্ভ।
➡️১৯৯৬ চনত দক্ষিন আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন।

You might also like
Leave A Reply

Your email address will not be published.