ক’ভিড আপডেট

ভাৰতত কোভিডৰ সংহাৰী ৰূপ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২ লাখ ৪০ হাজাৰ ৮৪২ গৰাকী। আৰোগ্য হৈ উঠিছে ৩ লাখ ৫৫ হাজাৰ ১০২ গৰাকী। ২৪ ঘন্টাত প্ৰাণ হেৰুৱাইছে ৩ হাজাৰ ৭৪১ গৰাকীয়ে।

অসমত ক্ৰমাৎ হ্ৰাস পাইছে কোভিড আক্ৰান্তৰ সংখ্যা। শনিবাৰৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে ৫,৯৮০ গৰাকী। ইয়াৰ বিপৰীতে মৃত্যুমুখত পৰিছে ৭৯ গৰাকী। গুৱাহাটী মহানগৰত আক্ৰান্ত হৈছে ৯০২ গৰাকী। ৰাজ্যত আৰোগ্যৰ হাৰ ৮৪.১২ শতাংশ।

বিশ্বত মুঠ আক্ৰান্ত ১৬৭,০৪০,৭৬৬ গৰাকী লোক। মৃত্যুমুখত পৰিছে ৩,৪৬৮,৬৫৩ গৰাকী। এই পৰ্যন্ত আৰোগ্য লাভ কৰিছে ১৪৭,৯৫০,৯২২ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.